বিয়াৰ বাবে সাজু হৈ থকা কইনাক বিউটি পাৰ্লাৰৰ ভিতৰত গুলীয়াই হত্যাৰ চেষ্টা আৰক্ষীৰ, CCTVত বন্দী দৃশ্য

বিহাৰৰ মুংগেৰত এগৰাকী কইনাৰ বিয়াৰ কেইঘণ্টামান পূৰ্বে বিউটি পাৰ্লাৰৰ ভিতৰত এজন আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ চেষ্টা চলোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

এই সমগ্ৰ কাণ্ড বন্দী হৈছে চিচিটিভি কেমেৰাত।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, লোকজনে যুৱতীগৰাকীক গুলীয়াই হত্যাৰ চেষ্টা চলায় যদিও ব্যৰ্থ হোৱাত সেই স্থানৰ পৰা পলায়ন কৰে।

গুলীয়ে কইনাৰ কান্ধত আঘাত কৰা বুলি চিকিৎসকে জানিবলৈ দিয়ে।

যুৱতীগৰাকী বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *