নেচলে হেল্থ চাইন্সে মুকলি কৰিলে ‘ৰিচ’ৰ্চ ফাইবাৰ চয়ছ’

নেচলে ইণ্ডিয়াই মুকলি কৰিছে ৰিচ’ৰ্চ ফাইবাৰ চয়ছ নামৰ এক অনন্য আৰু ফলপ্ৰসূ আন্ত্ৰিক স্বাস্থ্য সমাধান। ইয়াত ইমিউন’-নিউট্ৰিয়েণ্টৰ দ্বাৰা সমৃদ্ধ, ইয়াৰ দ্বাৰা দৈনিক ৩০% জিংক, চেলেনিয়াম, ভিটামিন এ, চি আৰু ডিৰ ভাট্টা পোৱা যায় ফাইবাৰৰ অপৰ্যাপ্ত পৰিমাণ, অনিয়মিত খাদ্যাভ্যাস, কম পানী গ্ৰহণ, মানসিক চাপ আৰু চৰ্বিযুক্ত আৰু তেলীয়া খাদ্য খোৱাৰ বাবে হোৱা সমস্যা।

নেচলে ইণ্ডিয়া হেল্থ চাইন্সে মুকলি কৰিছে ৰিচ’ৰ্চ ফাইবাৰ চয়ছ নামৰ এটা সামগ্ৰী যিটো ৰুচিকৰ আৰু ইমিউন’নিউট্ৰিয়েণ্টেৰে সমৃদ্ধ। ই কোষ্ঠকাঠিন্যৰ বাবে ফলপ্ৰসূ আৰু কোমল সমাধানৰ প্ৰয়োজনীয়তাৰ ব্যৱধান দূৰ কৰে আৰু আন্ত্ৰিক স্বাস্থ্য উন্নত কৰে।

নেচলে হেল্থ ছায়েন্স হৈছে পুষ্টি বিজ্ঞানৰ ক্ষেত্ৰত বিশ্বব্যাপী আগশাৰীৰ প্ৰতিষ্ঠান আৰু ইয়াৰ ক্লিনিকেল বিশেষজ্ঞৰ এটা নিবেদিত দল আছে যিয়ে স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ সৈতে জড়িত।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *