নিজৰ বিদ্যালয়ৰে ছাত্ৰীক যৌন নিৰ্যাতন! গ্ৰেপ্তাৰ কৰিমগঞ্জৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক…

পুনৰ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে এজন প্ৰধান শিক্ষকে।

নিজৰ বিদ্যালয়ৰে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰধান শিক্ষক।

কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভঙা হাইস্কুলৰ লম্পট প্ৰধান শিক্ষক আছাৰ উদ্দিনক।

অভিযোগ অনুসৰি, বিদ্যালয়ৰে এগৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলাইছিল আছাৰ উদ্দিনে।

এই অভিযোগ সম্পৰ্কে ছাত্ৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰাৰ পিছতে পলাতক হৈ আছিল প্ৰধান শিক্ষকজন।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *