দোষ্ট বাহনে ৭৫ বছৰ পূৰ্ণ কৰা উপলক্ষে বিশেষ অনুষ্ঠান আয়োজন ডিব্ৰুগড়ত

অশোক লেলেণ্ডৰ বছ ১৪১৫ আৰু বড়া দোষ্ট বাহনসমূহ উপস্থিত হৈছে ডিব্ৰুগড়ত, এয়া হৈছে অশোক লেলেণ্ডৰ ৭৫ বছৰ উপলক্ষে উদযাপন কৰা ড্ৰীম ড্ৰাইভৰ অংশ। গুৱাহাটীৰ পৰা যাত্ৰা কৰি এই বাহনসমূহ শিলিগুৰি অভিমুখে ৰাওনা হৈছে। এই অভিযান ভাণ্ডাৰাৰ নিৰ্মাণ কাৰখানাত সমাপ্ত হ’ব। এই যাত্ৰাই শিলিগুৰি, মুজ্জাফৰপুৰ, পাটনা, অম্বিকাপুৰ, ৰাঁচী, জামছেদপুৰ, ৰুৰকেলা, সম্বলপুৰ আৰু ৰায়পুৰকো সামৰি ল’ব। 

এই ড্ৰিম ড্ৰাইভত ১০খন বাহনে বেংগালুৰু, মুম্বাই, জম্মু, কলকাতা আৰু গুৱাহাটীৰ পৰা আৰম্ভ কৰি পাঁচটা পথত দেশজুৰি যাত্ৰা কৰিব। ই মূল স্থানসমূহ পৰিভ্ৰমণ কৰিব আৰু অশোক লেলেণ্ডৰ উৎপাদন কাৰখানাত সমাপ্ত হ’ব, এই যাত্ৰাত দেশৰ সৈতে প্ৰতিষ্ঠানটোৰ দীৰ্ঘদিনীয়া সম্পৰ্কক উদযাপন কৰা হ’ব।

এই যাত্ৰা অশোক লেলেণ্ডে নিজৰ বিস্তৃত ডিলাৰশ্বিপ নেটৱৰ্কৰ সৈতে জড়িত হ’ব, নিজৰ মূল্যৱান গ্ৰাহকৰ সৈতে প্ৰত্যক্ষ সংযোগ স্থাপন কৰাৰ লগতে বাণিজ্যিক বাহন ইক’চিষ্টেমৰ বছৰ বছৰ ধৰি অভিজ্ঞতাৰ পৰা নিজৰ অন্তৰ্দৃষ্টি সংগ্ৰহ কৰিব। ‘ড্ৰিম ড্ৰাইভ’ত আপডেট হৈ থাকিবলৈ আৰু বাৰ্তালাপত যোগদান কৰিবলৈ অশোক লেলেণ্ডৰ ছ’চিয়েল মিডিয়া পেজসমূহ অনুসৰণ কৰক অথবা চাওক কোম্পানীটোৰ ৱেবছাইট : www.ashokleyland.com

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *