জম্মু-কাশ্মীৰত গ্ৰেণেড আক্ৰমণ

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰস্থিত লাল চৌকত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই। এই আক্ৰমণৰ ফলত ১০ জনকৈ লোক আহত হয়।

সন্দেহজনক সন্ত্ৰাসবাদীয়ে সেনা জোৱানক লক্ষ্য কৰি আক্ৰমণ চলাইছিল। এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে এই আক্ৰমণ সেনা আৰু আৰক্ষীৰ ওপৰত হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *