আপোনাৰ বাসস্থান উন্নীত কৰাৰ লগতে এমাজ’ন.ইন-ত বহু প্ৰত্যাশিত ‘হোম শ্বপিং স্প্ৰী’-ৰ সময়চোৱাত স্বাচ্ছ্যন্দক পুনৰ আৱিষ্কাৰ কৰাৰ যাত্ৰাত লিপ্ত হৈ পৰক হিণ্ডওৱেৰ, হেভেলছ, ইউৰেকা ফৰ্বছ, স্লীপওৱেল, লিভপিউৰ, এইচআইটি, জেগাৰ স্মিথ, কিম্বাৰ্লি ক্লাৰ্ক, বুইল্ডস্কীল, বিএচবি হোম আৰু বহুতো জনপ্ৰিয় ব্ৰেণ্ডসমূহে আগবঢ়োৱা ডীল আৰু অফাৰৰ সম্ভাৰসমূহৰ জৰিয়তে৷
শোৱাকোঠাটোক নিস্তব্ধ পৰিৱেশলৈ ৰূপান্তৰিত কৰাই হওক অথবা শীৰ্ষ স্তৰৰ ৰান্ধনীশালৰ সামগ্ৰীৰে পাকঘৰটোক নতুন ৰূপ দিয়াই হওক, এমাজ’ন.ইন-ৰ অতুলনীয় বজাৰ কৰাৰ অভিজ্ঞতাই আড়ম্বৰ আৰু সুবিধাৰ এক ঐকতান উন্মোচন কৰে৷
গ্ৰাহকসকলে ৭–১০ ছেপ্টেম্বৰ, ২০২৩ বৰ্ষৰ পৰা এমাজ’ন.ইন-ত আৰম্ভ হ’বলৈ যোৱা হোম স্বপিং স্প্ৰী-ৰ সময়চোৱাত গৃহসজ্জা, ঘৰ উন্নীতকৰণ, পাকঘৰৰ সঁজুলি, লন আৰু বাগিচাৰ সঁজুলি, দেৱাল সজ্জা, মিক্সাৰ গ্ৰাইণ্ডাৰ, ফেন, ভেকুৱাম, ৰন্ধন সামগ্ৰী, শক্তি সঁজুলি, অটো সামগ্ৰী, বাথৰুমৰ ফিটিংছ আৰু বহুবোৰ সামগ্ৰীৰ ওপৰত ৭০% পৰ্যন্ত ৰেহাই লাভ কৰিব পাৰিব৷