আজি পদত্যাগ কৰিব পাৰে প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইয়ে

বিজেপিত খহনীয়া।

দলৰ তৃণমূল পৰ্যায়্ত দেখা দিয়া অস্থিৰতাৰ মাজতে আজি পদত্যাগৰ সম্ভাৱনা দলৰ এগৰাকী জ্যেষ্ঠ নেতাৰ।

আজি পদত্যাগ কৰিব পাৰে প্ৰাক্তন ৰে’ল ৰাজ্য মন্ত্ৰী তথা বিজেপি নেতা ৰাজেন গোহাঁইয়ে।

বৃহস্পতিবাৰেই নেতাগৰাকীয়ে পদত্যাগ কৰাৰ ঘোষণা কৰিছিল।

জানিব পৰা মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত তেওঁ প্ৰদান কৰিব পদত্যাগ পত্ৰ।

ন-বিজেপিৰ বিৰুদ্ধে ৰাজ্যৰ পুৰণি নেতা-কৰ্মীৰ আক্ষেপ মুকলিকৈ প্ৰকাশ পোৱাৰ সময়তে ৰাজেন গোঁহাইৰ পদত্যাগৰ সিদ্ধান্তই চৰ্চা লাভ কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *