আকৌ ঘোচকাণ্ড! এইবাৰ জালত হাজোৰ লাট মণ্ডল…

ৰাজ্যত আকৌ ঘোচ কাণ্ড।

পুনৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আন এজন লাট মণ্ডল।

এইবাৰ গ্ৰেপ্তাৰ হ’ল হাজো ৰাজহ চক্ৰৰ লাট মণ্ডল উৎপল কেম্প্ৰাই।

২ হাজাৰ টকাৰ ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে ঘোচখোৰ লাটমণ্ডলজন।

উল্লেখ্য যে, বিগত কিছু মাহত ৰাজ্যত ঘোচ লৈ গ্ৰেপ্তাৰ হৈছে কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *