আইচিচিৰ পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ অফিচিয়েল পাৰ্টনাৰ(আনুষ্ঠানিক পৃষ্ঠপোষক) হিচাপে নিছানে সমগ্ৰ ভাৰতৰ ক্ৰিকেট অনুৰাগীসকলৰ মাজত এই প্ৰতিযোগিতাখনৰ উত্তেজনা বিয়পাইছে। ২৭ জুনত আৰম্ভ হোৱা অফিচিয়েল চেম্পিয়নশ্বিপ ট্ৰফী ট্যুৰ এতিয়া ভাৰতলৈ ঘূৰি আহিছে আৰু এই ট্ৰফীটো দিল্লী, মুম্বাই আৰু চেন্নাইৰ ডাঙৰ ডাঙৰ শ্বপিং মলত দৰ্শকে ট্ৰফী চাব পাৰিব আৰু মূল্যবান ৰূপালী বৰণৰ ট্ৰফীটোৰ সৈতে ৩৬০ ডিগ্ৰীৰ দৰ্শনীয় চেলফি ল’ব পাৰিব।
আইচিচিৰ সৈতে নিছানৰ দীৰ্ঘদিনীয়া সহযোগিতাক স্মৃৰণ আৰু ক্ৰিকেটৰ সবাতোকৈ সন্মানীয় ট্ৰফী আইচিচি মেন’ছ ক্ৰিকেট বিশ্বকাপ ট্ৰফীৰ সৈতে জীৱনত বাৰ্তালাপ কৰাৰ এয়াই সুযোগ।নিছানে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ স্মৃতিত অল-নিউ নিছান মেগনাইট কুৰো স্পেচিয়েল এডিছন প্ৰৱৰ্তন কৰিছে।
বিগ, বোল্ড, বিউটিফুল নিছান মাগনাইটে কুৰো বিশেষ সংস্কৰণত প্ৰদান কৰে অল-ব্লেক বাহ্যিক আৰু ইণ্টেৰিঅ’ৰ, যিয়ে এক প্ৰিমিয়াম, আকৰ্ষণীয় আৰু ষ্টাইলিছ ষ্টেটমেণ্ট প্ৰস্তুত কৰে, এয়া আড়ম্বৰ আৰু সুন্দৰতাৰ মিশ্ৰণ। এতিয়া দেশজুৰি প্ৰি-বুকিং উপলব্ধ আৰু নিছান ডিলাৰশ্বিপত লাইভ হৈ আছে। নিছানৰ ৱেবছাইট https://book.nissan.in/